84
গুৱাহাটীঃ অসমৰ যুৱতী সুৰক্ষিত নহয় দেশৰ ৰাজধানী দিল্লীত। বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চলৰ লোকক দিল্লীত আক্ৰমণ কৰাৰ লগতে যুৱতীক নিৰ্যাতন কৰাৰ সময়তে দিল্লীত এগৰাকী অসমৰ যুৱতীক পুনৰ বদনাম কৰাৰ অভিযোগ উত্থাপন হয়।
বহিঃৰাজ্যত অসমৰ যুৱতী সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এটি পেয়িং গেষ্ট হাউচত গা-ধোৱা দৃশ্য কোনো লোকে ৰেকৰ্ড কৰে৷ দিল্লী বিশ্ববিদ্যালয়ৰ যুৱতীগৰাকীৰ গা ধোৱাৰ দৃশ্য ৰেকৰ্ডিং কৰে কোনো দুৰ্বৃত্তই।