দিল্লীঃ অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য খনৰ দল-সংগঠনে অসমত প্ৰতিবাদ অব্যাহত ৰখাৰ সমসতে কংগ্ৰেছৰ সাংসদে দিল্লীত সংসদ ভৱন চৌহদৰ গান্ধী মূৰ্তিৰ সন্মুখত হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
Rajya Sabha & Lok Sabha Mps from Assam today staged protest with Dharna in front of Mahatma Gandhi statue of parliament house protesting against the anti -women attitude of Assam BJP govt move to convert the only women university of Assam to an institute.@RahulGandhi @INCIndia pic.twitter.com/XGG0mzWmEG