62
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ৷ বিশ্বৰ কোনো শক্তিয়েই অৰুণাচলক ভাৰতৰ পৰা পৃথক কৰিব নোৱাৰে৷ এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজিজুৱে৷ হাজাৰ বছৰৰ পূৰ্বৰ পৰাই অৰুণাচল প্ৰদেশৰ সৈতে ভাৰতৰবৰ্ষৰ অংগাংগী সম্পৰ্ক আছে৷
গুজৰাটৰ দ্বাৰকাত ভগৱান কৃষ্ণই অৰুণাচলৰ প্ৰদশৰ ৰাজকুমাৰী ৰুক্মীণিক বিয়া কৰাইছিল৷ তেতিয়াৰ পৰাই ৰাজ্যখন ভাৰতৰ সৈতে একাত্ম হৈ আছে৷