67
গুৱাহাটীঃ ২০১৩ বৰ্ষৰ ACS-APS বিৰুদ্ধেও অভিযোগ উত্থাপন হৈ আহিছিল ধন দি চাকৰি লোৱাৰ অভিযোগ৷ বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰি অহাৰ সময়তে অসম আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে আৰম্ভ কৰিছিল তদন্ত৷
যোৱা ০৭ ফেব্ৰুৱাৰীত তেওলোকক চমন জাৰি কৰি মাতি অনা হৈছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ৷ কেইবাঘন্টা ধৰি তেওঁলোকক সোধ-পোছ কৰা হৈছিল আৰু হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰিছিল তেওঁলোকৰ৷