Home অন্যান্য খবৰশিৱসাগৰত ‘Dew Drops’ বিক্ৰী কৰে বৰবিহ, ধৰোতা কোনো নাই

শিৱসাগৰত ‘Dew Drops’ বিক্ৰী কৰে বৰবিহ, ধৰোতা কোনো নাই

by News Desk
66 views
A+A-
Reset

newsnextone.com | শিৱসাগৰঃ বিশুদ্ধ খোৱাপানীৰ ব্যৱসায় কৰাৰ নামত উজনি অসমত বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ‘Dew Drops’ নামৰ পানীৰ কোম্পানীটোৰ বিৰুদ্ধে। শিৱসাগৰ চহৰস্থিত ‘Dew Drops’ নামৰ বিশুদ্ধ পানী ব্যৱসায়ী উদ্যোগৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি খোৱাৰ অনুপযুক্ত পানী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে কেইবাটাও লেতেৰা সামগ্ৰী থকা পানীৰ বটল উদ্ধাৰ হয় শিৱসাগৰ চহৰত।

জানিব পৰা মতে, কোম্পানীটোৱে বিভিন্ন দোকানত যোগান ধৰি আহিছে পানীৰ বটল। তাৰ মাজতে শিৱসাগৰ চহৰৰ মাজ মাজিয়াৰ এখন দোকানত এগৰাকী গ্ৰাহকে বিশুদ্ধ খোৱা পানীৰ কিনি খোৱাৰ সময়ত বটলত কলা কলা দাগ পৰা প্ৰত্যক্ষ কৰাৰ লগতে কীট-পতংগ উদ্ধাৰ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0