ঢকুৱাখানাৰ মহুকুমাধিপতিৰ অ-দুৰদৰ্শীতাৰ ফলত নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ বিষয়া-কৰ্মচাৰীৰ না-জল...

Home ৰাজ্যঢকুৱাখানাৰ মহুকুমাধিপতিৰ অ-দুৰদৰ্শীতাৰ ফলত নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ বিষয়া-কৰ্মচাৰীৰ না-জল না-থল অৱস্থা !!!

ঢকুৱাখানাৰ মহুকুমাধিপতিৰ অ-দুৰদৰ্শীতাৰ ফলত নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ বিষয়া-কৰ্মচাৰীৰ না-জল না-থল অৱস্থা !!!

by News Desk
121 views
A+A-
Reset

ঢকুৱাখানাঃ পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ যোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে ঢকুৱাখানাৰ মহুকুমাধিপতি অৰিন্দম বৰুৱাৰ অ-দুৰদৰ্শিতাৰ ফলত অতি নিম্ন মানৰ খাদ্য-পানী গ্ৰহন কৰিবলগীয়া অৱস্থা হৈছে৷ আমাৰ সংবাদদাতাই সংগ্ৰহ কৰা তধ্য অনুসৰি চৰকাৰী নিয়মমতে পাবলগীয়া সা-সুবিধা সমুহৰ পৰা বঞ্চিত হৈছে নিজৰ ঘৰ-বাৰী,পৰিয়াল-পৰিজন এৰি কৰ্তৱ্য পালন কৰিবলৈ বিভিন্ন স্থানৰ পৰা যোৱা চৰকাৰী কৰ্মচাৰী সকল৷ আমি লাভ কৰা তথ্য অনুসৰি চৰকাৰে খাদ্যৰ নামত যোগান ধৰা অতি নিম্ন মানৰ খাদ্যৰ বাবে পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ যোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে হাতত ভাতৰ থাল লৈ মহুকুমাধিপতিৰ কাৰ্য্যালয়ত প্ৰতিবাদ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ মুঠতে পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ যোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ থকা-খোৱা দিশত কোনোধৰনৰ ভাল ব্যৱস্থা নথকাৰ ফলত  নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ যোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে জীয়াতু ভুগিবলগীয়া হৈছে৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0