Home অন্যান্য খবৰসোণোৱালৰ বৰঘৰৰ পৰা বিদায় ৰাইজৰ বাতৰিৰ উপদেষ্টাক

সোণোৱালৰ বৰঘৰৰ পৰা বিদায় ৰাইজৰ বাতৰিৰ উপদেষ্টাক

by News Desk
72 views
A+A-
Reset

গুৱাহাটীঃ অযথা বিতৰ্কৰ সৃষ্টি কৰি একপ্ৰকাৰ চৰকাৰৰ বৰঘৰৰ পৰা খেদা খালে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ মুখপাত্ৰ ৰাইজৰ বাতৰিৰ উপদেষ্টাক বিদায় দিয়াৰ সংকেত দিয়ে৷ ৰাজ্য চৰকাৰৰ মুখপাত্ৰ উপদেষ্টা এগৰাকীয়ে মানুহক অশ্লীল গালি-গালাজ কৰিলে চৰকাৰৰ ছবি খন ৰাইজৰ ওচৰলৈ ভুলকৈ যোৱাৰ উমান লাভ কৰিয়েই চৰকাৰে মুখপাত্ৰৰ উপদেষ্টা পদৰ পৰা বিদায় দিবলৈ বাধ্য হয় চক্ৰবৰ্তীক৷

এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে সাংবাদিক মেল অনুষ্ঠিত কৰি ৰাজহুৱা জীৱন ত্যাগ কৰাৰ কথা ঘোষণা কৰে৷ মাথো দুটা অনুষ্ঠানৰ বাহিৰে ৰাজহুৱা জীৱনৰ ত্যাগ কৰা বুলি কৈ মোক আজিৰ পৰা মৰি যোৱা বুলি ভাবা বুলি কয়৷ দুদিন পূৰ্বে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইক ডিগ্ৰীক লৈ উপলুঙা কৰা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে হীৰেন গোহাঁইক ৯৯ শতাংশ বুদ্ধিজীৱী বুলি আখ্যা দিয়ে৷ আনহাতে অসমৰ কাকতত লিখা মেলা কৰা বুলি ইতিকিং কৰা চক্ৰবৰ্তীয়ে হীৰেন গোহাঁইৰ লেখা-মেলা উন্নত বুলি স্বীকাৰ কৰি আমেৰিকা ইংলেণ্ডৰ দৰে দেশৰ কাকতত হে প্ৰকাশ পাব লাগে বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0