Home ৰাজ্যযদি তুমি অসমীয়া কৰা পদত্যাগ, নহ’লে কৰা অসম ত্যাগ… মুখ্যমন্ত্ৰীলৈ আহ্বান

যদি তুমি অসমীয়া কৰা পদত্যাগ, নহ’লে কৰা অসম ত্যাগ… মুখ্যমন্ত্ৰীলৈ আহ্বান

by News Desk
120 views
A+A-
Reset

ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাত গৃহীত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বি জে পিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে৷ 

উজনি-নামনি আৰু মধ্য অসমৰ আৱাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বি জে পিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে৷ বিশেষকৈ একালৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসমৰ ৰাইজ ক্ষোভিত হৈ পৰিছে৷ যিগৰাকী নেতাক একালত অসমৰ ৰাইজে ফুলৰ মালা পিন্ধাইছিল সেইগৰাকী নেতাক আজি অসমৰ ৰাইজে লেই লেই চেই চেই কৰিছে৷ এতিয়া সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ পৰিৱৰ্তে খলনায়ক আখ্যা দিছে সোণোৱালক৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰে অসমীয়া জাতিৰ নিৰৱচ্ছিন্ন আন্দোলনক তিলমানো গুৰুত্ব প্ৰদান নকৰি অৱশেষত অসমীয়া জাতিৰ অস্তিস্ত নাশকাৰী নাগৰিকত্ব সংশোধনী বিধেয়ক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বি জে পি চৰকাৰে লোকসভাত গৃহিত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0