Home অন্যান্য খবৰলুণ্ঠনকলৈ গাঁওসভাত উত্তপ্ত পৰিস্থিতি

লুণ্ঠনকলৈ গাঁওসভাত উত্তপ্ত পৰিস্থিতি

by News Desk
54 views
A+A-
Reset

শিৱসাগৰঃ শিৱসাগৰ বিধানসভা সমষ্টি আৰু গৌৰীসাগৰ জেষ্ঠ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তত আজি অনুষ্ঠিত হোৱা গাঁওসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য যোজনা আদিকে ধৰি বিভিন্ন আঁচনি ৰূপায়নত দীৰ্ঘদিন ধৰি পঞ্চায়তখনত অনিয়ম সংঘটিত হৈ থকাৰ অভিযোগ দীৰ্ঘদিনৰ।

আজিৰ সভাত পঞ্চায়তখনৰ অন্তৰ্গত প্ৰায় শতাধিক ব্যক্তি উপস্থিত আছিল। কিন্তু সভাত পঞ্চায়তখনৰ দহটা ৱাৰ্ডৰ তিনিটাৰ ৱাৰ্ড সদস্যৰ বাহিৰে বাকীসকল ৱাৰ্ড সদস্য উপস্থিত নথকাত বিষয়টোক লৈ প্ৰথমে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তখনৰ দুই এজন ৱাৰ্ড সদস্যৰ বাহিৰে বাকী সদস্যসকল পঞ্চায়তখনত প্ৰায়ে উপস্থিত নথকাৰ লগতে দুপৰবেলালৈকে পঞ্চায়তৰ কাৰ্য্যালয় নোখোলা এক দীঘলীয়া অভিযোগ উত্থাপিত হৈ আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0