134
ডিফুঃ এগৰাকী আদৰ্শ প্ৰধান শিক্ষয়িত্ৰীৰ বিদায় ক্ষণত ডিফুত সৃষ্টি হয় এক শোকাকুল পৰিবেশ ৷ ছাত্ৰ-ছাত্ৰী আৰু সহকাৰী শিক্ষক গোট আৰু কৰ্মচাৰী বৃন্দই প্ৰধান শিক্ষয়িত্ৰীৰ বিদায় বেলাত কান্দোনত ভাগি পৰে ৷
সমান্তৰালকৈ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়েও মৰমৰ বিদ্যালয়খন এৰি যোৱাটো সহজভাবে ল’ব পৰা নাই ৷ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলক সাৱটি ধৰি শিক্ষয়িত্ৰী গৰাকী হুক্ হুকাই কান্দি কান্দি ভাগি পৰিল৷