Home অন্যান্য খবৰভূমিক লৈ দুই ফৈদৰ মাৰ-পিট, আহত গৃহৰক্ষী

ভূমিক লৈ দুই ফৈদৰ মাৰ-পিট, আহত গৃহৰক্ষী

by News Desk
53 views
A+A-
Reset

তেজপুৰঃ তেজপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় এক শোকাৱহ ঘটনা। তেজপুৰৰ বৰঘাটৰ সমীপৰ ৰৌমাৰিত নৃশংসভাৱে হত্যা কৰে সমীৰ আলী নামৰ এজন লোকক। জানিব পৰা মতে তেজপুৰৰ ৰৌমাৰিত দীৰ্ঘদিন ধৰি দুটা ফৈদৰ মাজত ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হৈ আছে সংঘাত। অৱশেষত এই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰে।

মেৰাজুল আলী নামৰ লোক এজনৰ নেতৃত্বত অহা দলে সমীৰ আলীৰ লগতে বহু কেইজন লোকক আক্ৰমণ কৰে। দুয়োটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাও সংঘটিত হয়। এই ঘটনাত সমীৰ আলীৰ নিহত হোৱাৰ লগতে আহত হয় জহিৰুল হক নামৰ এজন লোক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0