58
আজাৰাঃ দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ‘ঐক্যতা’ৰ উদ্যোগত মিৰ্জাস্থিত শ্বহীদ ভৱনত আজিৰে পৰা অনুষ্ঠিত হৈছে নাট কৰ্মশালা৷
দক্ষিণ কামৰূপ অঞ্চলৰ যুৱক-যুৱতীসকলক নাট কৰ্মশালাৰ জৰিয়তে অভিনয়ৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত সহায়ক হোৱাকৈ দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ঐক্যতাই এই কৰ্মশালা অনুষ্ঠিত কৰিছে৷