84
#শিৰোনামাটো দেখাত বা শুনাত অলপ আচহুৱা যেন লাগিব পাৰে৷ কিন্তু শিৰোনামাৰ আলমেৰে সোধা প্ৰশ্নৰ উত্তৰ পাঠকসকলে এই নিবন্ধত পাব ৷ বহুতৰে অন্নৰ কাঁহীত জলকীয়া নহলে পেটলৈ এমুঠি ভাতো নাযায়৷ আকৌ কেঁচা চালাড, চাটনি নাইবা সৰু সৰুকৈ কুটি লোৱা মাটি কঠাল, টেঙা আম বা ৰবাৰ টেঙাৰ লগত জলকীয়া নহলে মুঠেই জুতি নাহে৷
