54
বাৰপূজীয়াঃ মৰিগাঁৱৰ পৰা ভাড়া কৰি নিয়া গাঁড়ীৰ চালকৰ মৃতদেহ ডিফুৰ লাহৰীজানত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, কেইজনমান অচিনাকী লোকে বৃহস্পতিবাৰে নিশা মৰিগাঁৱৰ পৰা ভাড়া কৰি নিছিল জয়নাল আলী নামৰ লোকজনে চলোৱা AS-02-M-7379 নম্বৰৰ মাৰুতি আৰ্টিগা গাড়ীখন৷ ভাড়া কৰি নিয়াৰ পাছৰে পৰা চালকজনৰ মোবাইল ছুইটছ অফ হৈ আছিল৷