52
খাৰুপেটীয়াঃ ৰাজ্যত আজিও অব্যাহত আছে ড্ৰাগছৰ বেহা৷ একাংশ প্ৰভাৱশালি লোকৰ ছত্ৰছায়াত ৰাজ্যত যে আজিও ড্ৰাগছৰ ব্যৱসায় চলি আছে সেই কথাৰ প্ৰমাণ হয় বৃহস্পতিবাৰে নিশা৷
দৰং জিলাৰ খাৰুপেটীয়াৰ বলোগড়াৰ তাহেৰ আলী নামৰ যুৱকজনৰ ঘৰৰ পৰা নিষিদ্ধ হেৰোইন আৰু ড্ৰাগছ উদ্ধাৰৰ ঘটনাই ৰাজ্যত পুৰা মাত্ৰাই ড্ৰাগছৰ ব্যৱসায় চলি আছে তাৰেই প্ৰমাণ কৰে।