60
লংকাঃ হাতীয়ে আমাক শুব নিদিয়ে। প্ৰতিদিনে হাতী আহি আমাক উৎপাত কৰে। আমাৰ ধান খাই, ঘৰ ভাঙে। এই মন্তব্য আমাৰ নহয়। এই মন্তব্য হৈছে হোজাই জিলাৰ লংকাৰ একাংশ লোকৰ।
ৰাজ্যত হাতী মানুহৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰাৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আবেগিক হৈ এই মন্তব্য প্ৰকাশ কৰে।ইমানে নহয় যিসকলে আমাক পৰিবৰ্তনৰ সপোন দেখুৱাই গাডী দখল কৰিলে তেওলোক এতিয়া ভিআইপি হ’ল বুলি ক্ষোভ উজাৰে ৰাইজে।