55
ডিজিটেল ডেস্কঃ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীক এশিকনি দিয়াৰ মন এজন অভিযন্তাৰ। সেয়ে প্ৰশিক্ষক হ’বলৈ প্ৰপত্ৰ দাখিল কৰিছে অভিযন্তাজনে।
বিচিচিআইৰ ৱেবছাইটৰ পৰা পোৱা ইমেইল এড্ৰেছত পঠিওৱা প্ৰপত্ৰখনত উপেন্দ্ৰ নাথ ব্ৰহ্মচাৰী নামৰ এই লোকজনৰ মতে অনিল কুম্বলে পদত্যাগ কৰাৰ কাৰণ হেনো বিৰাটৰ অহমিকাভাৱ।