116
চতিয়াঃ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
ৰাজ্যৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বুকুত প্ৰতিদিনে জাহ গৈছে কৃষিভূমি, ঘৰ-বাৰী৷ চতিয়াৰ দক্ষিণাঞ্চলতো চপৰা চপৰে মহাবাহু ব্ৰহ্মপুত্ৰই খহাইছে মাটি।