Home অন্যান্য খবৰআমচাঙৰ উচ্ছেদ, জনজাতীয় সমন্বয়ৰক্ষী সমিতিৰ অসম বন্ধ ঘোষণা

আমচাঙৰ উচ্ছেদ, জনজাতীয় সমন্বয়ৰক্ষী সমিতিৰ অসম বন্ধ ঘোষণা

by News Desk
80 views
A+A-
Reset

বঢ়মপুৰঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাত জাঙুৰ খাই উঠিছে ৰাজ্য খনৰ খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন সমূহ৷ জাতি, মাটি ভেটিৰ ৰক্ষাৰ কথা কৈ চৰকাৰ গঠন কৰা অগপ, বিজেপি আৰু বিপিএফ চৰকাৰে খিলঞ্জীয়া চৰকাৰে ভূমিপুত্ৰ মিচিং, কাৰ্বি, বড়োৰ পৰা ভূমি কাঢ়ি নিয়াত ক্ষোভিত হৈ পৰিছে কেইবাটাও সংগঠন৷

তাৰ মাজতে জনজাতি সংগঠন সমূহৰ সম্বন্বয়ৰক্ষী সমিতিয়ে বুধবাৰে পুৱাৰে পৰা ১২ ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰে৷ সংগঠনটোৰ নেতা প্ৰশান্ত কোঁৱৰে জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰে থলুৱাক অপমান কৰিছে যাৰ বাবে এই বন্ধৰ আহ্বান কৰা হৈছে৷ বুধবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া বন্ধ পালন কৰি ৰাইজক ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0