Home বাণিজ্যবিশ্বৰ শীৰ্ষ ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত ফেচবুকৰ সংস্থাপক মাৰ্ক জুকাৰবাৰ্গ

বিশ্বৰ শীৰ্ষ ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত ফেচবুকৰ সংস্থাপক মাৰ্ক জুকাৰবাৰ্গ

by News Desk
A+A-
Reset
mark-zuckerberg-capitol-hill

newsnextone.com | ডিজিটেল ডেস্কঃ ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে বাৰেণ বফেক পিছ পেলাই বিশ্বৰ তৃতীয় সবাতকৈ ধনী ব্যক্তি হিচাপে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে৷ ‘ব্লুমবৰ্গ বিলিয়নাৰ ইনডেস্ক’ৰ সমীক্ষা অনুসৰি, ইন্টাৰনেট ব্যৱসায়ী কোম্পানী ‘এমেজন’ৰ সংস্থাপক জেফ বেজোচ আৰু মাইক্ৰ’চফটৰ সহ-সংস্থাপক বিল গেটছে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ দুটা স্থান অধিকাৰ কৰি আছে৷

ব্লুমবাৰ্গ ইনডেস্কৰ মতে, ৩৪ বৰ্ষীয় জুকাৰবাৰ্গৰ সম্পত্তি বৰ্তমান বাৰেণ বফেতকৈ ২৫৩৬.৪ কোটি টকা বৃদ্ধি পাইছে৷ বৰ্তমান জুকাৰবাৰ্গৰ মুঠ সম্পত্তি ৮১৬০ কোটি ডলাৰ৷ যাৰ ভাৰতীয় হিচাপ ৫.৫৫ লাখ কোটি টকা৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0