97
মহাকাশৰ পৰা তোলা জোনবাইৰ পৃষ্ঠভাগৰ এখন ফটো ছ’চিয়েল মিডিয়াত ইছৰোৱে প্ৰকাশ কৰা ‘বিক্ৰম লেণ্ডাৰ’ৰ ফটো হিচাপে ভাইৰেল হৈ পৰিছে। ফটোখনৰ লগতে তাত লিখা হৈছে, ‘চন্দ্ৰক প্ৰদক্ষিণ কৰি থকা অৰ্বিটাৰে সংগ্ৰহ কৰা বিক্ৰম লেণ্ডাৰৰ এই থাৰ্মেল ফটোখন ইছৰোৱে প্ৰকাশ কৰিছে।’ এই ফটোখন হয়তো আপুনিও শ্বেয়াৰ কৰিব পাৰে।