Home অন্যান্য খবৰকলাইগাঁৱত নৰবলিৰ উৰাবাতৰিঃ শতাধিকৰ সমাগম

কলাইগাঁৱত নৰবলিৰ উৰাবাতৰিঃ শতাধিকৰ সমাগম

by News Desk
A+A-
Reset
কেৰতিে

কলাইগাঁওঃ উৰাবাতৰিৰ শেষ নাই। সেয়া লাগিলে ছচিয়েল মিডিয়াতে হওক, বা ইকাণে-সিকাণে বাগৰা উৰাবাতৰিয়ে হওক। এজনৰ পৰা পাঁচজন, পাঁচজনৰপৰা আকৌ পঁচিশজন-এনেদৰেই ধুমুহাৰ বেগেৰে বিয়পে উৰাবাতৰি। বিভ্ৰান্ত হয় সাধাৰণজন।

এনেই এক ঘটনা ঘটিল কলাইগাঁৱত। উৰাবাতৰি পিছে গণেশে গাখীৰ খোৱা, বাটত ভূত ওলোৱাবিধৰ নহয়। নৰবলিৰ উৰাবাতৰি। কলাইগাঁৱৰ মুৰাদেউৰ থানত আজি নৰবলি দিয়া হ’ব বুলি কোনোবাই উলিওৱা উৰাবাতৰি এটাতে পতিয়ন গৈ থানখনত দেখা গ’ল বৃহত্তৰ কলাইগাঁও অঞ্চলৰ ৰাইজৰ ভিৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0