Home অন্যান্য খবৰগৰুচোৰে নিদ্ৰা হৰণ কৰিছে ওৰাঙৰ কৃষকৰ

গৰুচোৰে নিদ্ৰা হৰণ কৰিছে ওৰাঙৰ কৃষকৰ

by News Desk
61 views
A+A-
Reset

ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ ওৰাং অঞ্চলটোত বিগত কেইমাহমানৰ পৰা গৰুচোৰৰ উপদ্ৰবে জনসাধাৰণৰ নিদ্ৰা হৰণ কৰিছে। ওৰাঙৰ গাঁও সমূহত গৰুচোৰৰ আতংকৰ বাবে কৃষকে গৰুৰ পহৰা দিব লগা হৈছে ৷

অঞ্চলটো গাঁওবোৰৰ পৰা প্ৰতি সপ্তাহতে গোহালীৰ বলধ-গাই নোহোৱা হ’বলৈ ধৰাত কৃষকসকল উপায়ন্তৰ হৈ পৰিছে। দিশহাৰা কৃষকসকলে খেতিৰ বাবে গোহালীৰ গৰুহাল কিনিবলৈ মাটি বন্ধকত থৈ ৬০-৭০ হাজাৰ টকাৰে গৰু ক্ৰয় কৰি নিশা গোহালীৰ গৰু পহৰা দি পুৱতি নিশা পথাৰৰ কামলৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0