Home ৰাজ্যখাৰুপেটীয়াত শ্ৰমিকে সম্বৰ্ধনা যাচিলে বিশিষ্ট নাগৰিকক

খাৰুপেটীয়াত শ্ৰমিকে সম্বৰ্ধনা যাচিলে বিশিষ্ট নাগৰিকক

by News Desk
66 views
A+A-
Reset

খাৰুপেটীয়াঃ দৰং জিলাৰ পূৱ মঙলদৈ বেচৰকাৰী পৰিবহন সন্থাই বিভন্ন কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰে মঙলবাৰে। দিনৰ ১১ বজাত খাৰুপেটীয়াৰ মেজেষ্টিক বাছ আস্থানত সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সভাপতি নুৰুল হক তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। 

জিয়াউল হকে সভাৰ উদ্দেশ্য বাখ্যা কৰা সভাত বিশিষ্ট অতিথি হিচাপে খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা আব্দুল কৰিম আৰু সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সৰ্বেশ্বৰ দাসে উপস্থিত থাকি শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰি তথা বিভিন্ন দিশৰ ওপৰত পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0