Home দেশলাভ নে লোকচান, জিএছটিৰ পৰা কিমান ৰাজহ সংগ্ৰহ কৰিলে চৰকাৰে, পঢ়ক এই বাতৰি

লাভ নে লোকচান, জিএছটিৰ পৰা কিমান ৰাজহ সংগ্ৰহ কৰিলে চৰকাৰে, পঢ়ক এই বাতৰি

by News Desk
134 views
A+A-
Reset

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত প্ৰৱৰ্তন কৰা জিএছটিৰ পৰা এপ্ৰিল মাহত ১.০৩ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে৷ বিগত বৰ্ষৰ ১ জুলাইৰ পৰা দেশৰ অৰ্থব্যৱস্থাত লাগু হোৱা জিএছটিৰ পৰা দেশৰ অৰ্থৱ্যৱস্থা অধিক লাভাৱম্বিত হৈছে৷ ২০১৭-১৮ বৰ্ষত জিএছটিৰ পৰা সংগ্ৰহিত মুঠ ৰাজহৰ পৰিমাণ আছিল ৭.৪১ লাখ কোটি টকা৷ কেৱল মাৰ্চ মাহতে জিএছটিৰ পৰা কেন্দ্ৰৰ বিত্ত বিভাগে সংগ্ৰহ কৰিছিল ৮৯,২৬৪ কোটি টকা৷  

‘‘এপ্ৰিল মাহত জিএছটিৰ পৰা ৰাষ্ট্ৰই সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হ’ল ১,০৩,৪৫৮ কোটি টকা৷ ইয়াৰ ভিতৰত ১৮,৬৫২ কোটি চিজিএছটি, ২৫,৭০৪ কোটি এছজিএছটি, ৫০,৫৪৮ কোটি আইজিএছটি আৰু ৮,৫৫৪ কোটি চেচ আছে৷’’ মঙলবাৰে ভাৰতৰ বিত্ত মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিযোগে এই কথা সদৰী কৰে৷ জিএছটিয়ে দেশৰ অৰ্থব্যৱস্থাৰ উত্থান ঘটোৱাৰ লগতে দেশত এক সুস্থ অৰ্থনৈতিক পৰিৱেশ গঢ় দিছে বুলিও বিত্ত মন্ত্ৰালয়ে বিবৃটোত উল্লেখ কৰে৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0