46
গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চত্বৰ মাধ্যমিক পৰীক্ষাত সু-খ্যতিৰে উৰ্ত্তীণ হোৱা কৃতি ছাত্র ছাত্রী সকলক অভিনন্দন জনোৱা হয়।
দিখৌমুখ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা শুকুৰবাৰৰ এই অনুষ্ঠানটোত বিদ্যালয়ৰ অধক্ষ পুনাৰাম কলিতাই সভাপতিত্ব কৰে।