58
ফিল’বাৰীঃ ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে উজনিৰ তিনিচুকীয়া জিলাৰ এম কে বি চাহ বাগিচাত সন্দেহজনক আলফাই ধাৰাসাৰ গুলী চালনা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ গুলীচালনা কৰাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত। কিছুদিনৰ পূৰ্বে চাহ বাগিচাখনলৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰিছিল আলফা স্বাধীনে৷