Home ৰাজ্যস্বাস্থ্যমন্ত্ৰীৰ টুইট, অৱশেষত শিলচৰত ধৰা পৰিল অসমৰ প্ৰথমটো Corona পজিটিভ

স্বাস্থ্যমন্ত্ৰীৰ টুইট, অৱশেষত শিলচৰত ধৰা পৰিল অসমৰ প্ৰথমটো Corona পজিটিভ

by News Desk
A+A-
Reset
coronavirus-collage-assam

গুৱাহাটীঃ অৱশেষত কৰ’না ভাইৰাছত আক্ৰান্তৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল অসমো। ইয়াৰ পূৰ্বে যোৰহাট মেডিকেল কলেজ হাস্পতালত এগৰাকী ৪ বছৰীয়া শিশুৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰা বুলি বাতৰি প্ৰকাশ পাইছিল যদিও লাহোৱালৰ আইচিএমআৰত কৰা দ্বিতীয়টো পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ পোৱাত স্বস্তিৰ নিশ্বাস পেলাইছিল ৰাজ্যবাসীয়ে।

কিন্তু মঙলবাৰে সন্ধিয়াৰ ভাগত বজাত অসমো কৰ’না ভাইৰাছত আক্ৰান্তৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাতো নিশ্চিত কৰিছে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটি টুইটে। সন্ধিয়া প্ৰায় ৬.৪৫ বজাত কৰা এট টুইটত মন্ত্ৰী হিমন্তই জনাই যে অসমৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত প্ৰথমটো পজিটিভৰ ঘটনা পোহৰলৈ আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0