53
ডিজিটেল ডেস্কঃ সমগ্ৰ হিমাচলপ্ৰদেশত এতিয়া বিৰাজ কৰিেছ শীতে। কোনো কোনো ঠাইত তাপমাত্ৰা হৈছেগৈ মাইনাচ ৬ ডিগ্ৰি। কিন্তু এই ঠাণ্ডাৰ মাজটো যেন উত্তাপ বৃদ্ধি কৰিছে নিৰ্বচনী বতাহে৷ বৃহস্পতি বাৰে হিমাচলপ্ৰদেশত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহনত ৫০ লাক্ষৰো অধিক লোকে ভোট প্ৰদান কৰিব৷ পুৱা ৮ বজাৰ পৰাই এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷
