Home ৰাজ্যসাপ-নেউলৰ খেল খেলি ৰাজনীতিলৈ…BPFত ৰঞ্জনপন্থী ৫ এনডিএফবি

সাপ-নেউলৰ খেল খেলি ৰাজনীতিলৈ…BPFত ৰঞ্জনপন্থী ৫ এনডিএফবি

by News Desk
57 views
A+A-
Reset

কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডৰ সপোনক বাস্তবায়িত কৰিবলৈ হাতত মাৰাণাস্ত্ৰ লৈ দিহিঙে-দিপাঙে, অটব্য অৰণ্যৰে ঘূৰি ফুৰা এনডিএফবিৰ ৰঞ্জনপন্থী গোট মূল সূঁতিলৈ ঘূৰি অহাৰ পিছত কেডাৰসকল ক্ৰমান্বয়ে বিপিএফ ৰাজনৈতিক দলৰ ফালে ধাৱমান হৈছে।

যোৱা ৮ আগষ্টত এনডিএফবি ৰঞ্জন পন্থী গোটৰ ৯ গৰাকীকৈ কেডাৰে বিপিএফ দলত যোগদান কৰাৰ পিছত আজি পুনৰাই ৫ গৰাকী এনডিএফবিৰ ৰঞ্জনপন্থী গোটৰ কেডাৰে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। তেওঁলোক হ’ল ক্ৰমে হিতুন নাৰ্জাৰী (কোকৰাঝাৰ), নেৰছন নাৰ্জাৰী (কোকৰাঝাৰ), ৰীপক নাৰ্জাৰী(চিৰাং), অভিমুন্ন বড়ো(কোকৰাঝাৰ) আৰু গৌমজৈৰ নাৰ্জাৰী (কোকৰাঝাৰ)৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0