Home ৰাজ্যওদালগুৰিত জনকলাল বসুমতাৰীৰ প্ৰতিকৃতি দাহ আছাৰ

ওদালগুৰিত জনকলাল বসুমতাৰীৰ প্ৰতিকৃতি দাহ আছাৰ

by News Desk
65 views
A+A-
Reset

ওদালগুৰিঃ বড়োলেণ্ড জনজাতি সুৰক্ষা সমিতিৰ সভাপতি জনকলাল বসুমতাৰীৰ আদিবাসী বিৰোধী মন্তব্যৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিক সমিতিয়ে।

সংগঠনটোৱে আজি তেওঁলোকৰ কাৰ্যালয়ৰ সন্মুখত বিতৰ্কিত নেতাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচীত “জনকলাল বসুমতাৰী হায় হায়, আমাক ভূমিপট্টা প্ৰদান কৰক, আদিবাসী সম্প্ৰদায়ক অপমান সহ্য কৰা নহব” ইত্যাদি শ্লোগান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0