68
কামপুৰঃ কৃত্ৰিম বানৰ কবলত কামপুৰ। নেৰা নেপেৰা বৰষুণৰ ফলত চাৰি পাঁচ দিন ধৰি পানীৰ তলত কামপুৰৰ ৰাস্তা-ঘাট।
কামপুৰ ৰেল কলনি, বৰুৱা মাৰ্কেটৰ বহু পৰিয়াল ঘৰৰ পৰা ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হোৱাৰ পাছতো খবৰ লবলৈ আহৰি নাই কামপুৰ নগৰ সমিতিৰ।