Home ক্ৰীড়াশিমলুগুৰিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

শিমলুগুৰিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

by News Desk
94 views
A+A-
Reset

শিমলুগুৰিঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি অনুষ্ঠিত হোৱা প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনৰ আজিৰ খেলখন চৰাইদেউ আৰু ৰহদৈ তিনিআলিৰ নেকিবুল ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হয়৷

উক্ত খেলখনত চৰাইদেউ ক্লাৱে ৰহদৈ তিনিআলি নেকিবুল ফুটবল ক্লাৱক ১-০ গ’লত পৰাভূত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। আজি খেলখন পৰিচালনা কৰে ৰাতুল ফুকন, হৰেন লিকচন আৰু বুলনজ্যোতি সন্দিকৈয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0