Home অন্যান্য খবৰফুটবল প্ৰশিক্ষণ কেন্দ্ৰ উদ্ধোধন

ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ উদ্ধোধন

by News Desk
127 views
A+A-
Reset

আজাৰাঃ দক্ষিণ কামৰূপৰ এজন উদ্যমী যুৱকৰ চেষ্টাত ফুটবলৰ প্ৰতি আগ্ৰহী থকা উদিয়মান যুৱক-যুৱতীৰ কাৰনে গঢ় লৈ উঠিছে ফুটবল প্ৰশিক্ষণৰ ক্লাৱ নঙবাঙ ফুটবল একাডেমি। দক্ষিণ কামৰূপৰ জনজাতি অধ্যুষিত অঞ্চল তথা ফুটবলৰ বিশেষ সম্ভাৱনা থকা লোহাৰঘাটত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত ফুটবল প্ৰশিক্ষণৰ বাবে জন্ম হ’ল নতুনকৈ নঙবাঙ ফুটবল একাডেমিৰ।

অঞ্চলটোৰ সতিশ নংবাগ নামৰ যুৱকৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠিল এই কেন্দ্ৰৰ। অঞ্চলটোৰ বহু প্ৰতিভাৱান, প্ৰচুৰ সম্ভাৱনা থকা যুৱক-যুৱতীৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে শুভ উদ্ধোধন কৰা হয় এই প্ৰশিক্ষণ শিবিৰটো।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0