Home অন্যান্য খবৰকাৰ বাবে ৰাজপথ? অভিনৱ প্ৰতিবাদে বিশ্ববাসীক দিছে চিন্তাৰ খোৰাক

কাৰ বাবে ৰাজপথ? অভিনৱ প্ৰতিবাদে বিশ্ববাসীক দিছে চিন্তাৰ খোৰাক

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ধৰা হ’ল আপুনি বাইক অথবা চাইকেল আৰোহী। ৰাজপথত গ্ৰীষ্মৰ এই উৎকট ৰ’দ-ধূলি নেওচি আগবাঢ়ি হঠাৎ যানজঁটত থমকি ৰৈছে। কাষতে থকা চালে চকুৰোৱা বিয়াগোম চাৰিচকীয়াখনৰ ফালে আপোনাৰ চকু গ’ল। দেখিলে, ভিতৰত আপোনাৰ দৰেই এজন যাত্ৰী। কিন্তু ৰাজপথত আপোনাতকৈ ২০-২৫ গুণ ঠাই আগুৰি যানজঁট সৃষ্টি কৰি উঠিও শীত-তাপ নিয়ন্ত্ৰিত আৰামৰ গাড়ীখনৰ ভিতৰত থাকি অকণো দ্বিধাবোধ কৰা নাই সেইজন নাগৰিকে। তেতিয়াই মনত উক্ দিয়ে এটা প্ৰশ্নই, ৰাজপথ কাৰ বাবে, ৰাজপথত কিমান ঠাই লাগে এজন নাগৰিকক?  

বিয়াগোম গাড়ীবোৰৰ বাবে দুচকীয়া আৰোহীৰ বাবে ঠাই নাইকিয়া হয়, ৰাজপথৰ সুচলতা কমে, প্ৰদুষণ বাঢ়ে। এনেধৰণৰ কথাবোৰ আওকাণ কৰিব নোৱাৰি। আওকাণ নকৰি গুৰুত্ব সহকাৰে লোৱা দিল্লী চৰকাৰে প্ৰচলন কৰিছে অ’ড-ইভেন ব্যৱস্থা। কিন্তু সমালোচনাৰ অন্ত নাই। তেনে সময়তে প্ৰাসংগিক বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ এনে আচৰণৰ বিৰুদ্ধে এক অভূতপূৰ্ব প্ৰতিবাদেৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে লাটভিয়া দেশৰ একাংশ চাইকেল আৰোহীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0