5
কাজিৰঙাঃ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ প্ৰৱেশ বন্ধ ঘোষণা কৰাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি সংঘটিত হয় এক অঘটন। প্ৰাপ্ত খবৰ অনুযায়ী কৰ্তব্যৰত অৱস্থাতে গঁড়ৰ অপ্ৰত্যাশিত আক্ৰমণত থিতাতে মৃত্যুক সাৱতি ল’বলগীয়া হয় এজন বনকৰ্মীয়ে। গঁড়ৰ আক্ৰমণত মৃত্যুক সাৱতি লোৱা বনকৰ্মীজনৰ নাম বৃকোদৰ বৰা বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই।
কেনেদৰে সংঘটিত হৈছিল এই অঘটন?