63
বঙাইগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাড়ী চুৰি চক্ৰই সন্ত্ৰাস সৃষ্টি কৰি অহাৰ সময়তে আজি বঙাইগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশে গাড়ী চুৰি চক্ৰৰ চাৰি অভিযুক্তক দিলে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়।
অভিযুক্তকেইজন হৈছে মাণিকপুৰৰ হানিফ আলী(২৪), আফজল হুছেইন(২৪), নুৰ ইছলাম(২৫) আৰু খাবিৰ আলী(২৭)।