অসম চাহ জনজাতি ছাত্ৰসন্থা গোলাঘাট শাখা আৰু মৰঙি উপ-শাখাৰ মাক্স,চেনিটাইজাৰ...

Home অন্যান্য খবৰঅসম চাহ জনজাতি ছাত্ৰসন্থা গোলাঘাট শাখা আৰু মৰঙি উপ-শাখাৰ মাক্স,চেনিটাইজাৰ বিতৰন

অসম চাহ জনজাতি ছাত্ৰসন্থা গোলাঘাট শাখা আৰু মৰঙি উপ-শাখাৰ মাক্স,চেনিটাইজাৰ বিতৰন

by News Desk
70 views
A+A-
Reset

গোলাঘাটঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট শাখা আৰু মৰঙি উপ শাখাৰ উদ্যোগত আৰু বকিয়াল প্ৰাথমিক গোটৰ সহযোগত, বকিয়াল বাগান আৰু ছফেলা বাগানৰ কভিড চেণ্টাৰত বিনামূলীয়া মাক্স,চেনিটাইজাৰ,বিস্কুট আদি বিতৰণ কৰা হয় ৷

এই বিনামূলীয়া মাক্স,চেনিটাইজাৰ,বিস্কুট আদি বিতৰণ কাৰ্য্যসূচীৰ লগতে ক’ভিড-১৯ বেমাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব পাৰি তাৰ বিষয়েও আলোচনা কৰা হয়। আজি উক্ত আলোচনাত উপস্থিত থাকে আটছা গোলাঘাট শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী সুমিত দ্বীপ, মৰঙি উপ শাখাৰ সম্পাদক শ্ৰী আমিৰ তাঁতী, আৰু বকিয়াল প্ৰাথমিক গোটৰ বিষয়-ববীয়া সকল৷ লগতে বাগিচাৰ চাহ শ্ৰমিক সকলক বাগিছাতে টীকাকৰণ কৰা ব্যৱস্থা কৰিবৰ বাবে অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসন অনুৰোধ জনোৱা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0