64
newsnextone.com | ডিজিটেল ডেস্কঃ দেশত ধৰ্ষণকাৰীৰ বিৰুদ্ধে আইন ব্যৱস্থা যিমানেই শিথিল কৰা নহওক কিয়, প্ৰতিদিনে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে ঘৃণনীয় কাণ্ডৰ৷ প্ৰতিদিনে এটা নহয় এটা ধৰ্ষণৰ বাতৰিয়ে বাতৰিৰ শিৰোনামা দখল কৰা পৰিলক্ষিত হৈছে৷
পুনৰ এৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে চণ্ডীগড়ত৷ এইবাৰ ঘৰ ভাড়া বিছাৰি অহা ঘৰৰ মালিকে সুযোগ বুজি এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ বাতৰি পোহৰলৈ আহিছে৷