64
গোলাঘাট জিলাৰ গোলাঘাট পৌৰসভাৰ অন্তৰ্গত কেইটিমান ৱাৰ্ডত কালি নিশা হোৱা এজাক মূষলধাৰ বৰষুণতে কেইবাটিও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে ৷
উল্লেখ যোগ্য যে হিন্দী হাইস্কুল,শ্ৰীমন্ত নগৰ,চন্দন নগৰ আৰু পুৰণা আমোলাপট্টিৰ অঞ্চল সমূহ বানৰ কবলত পৰে আৰু সেই অঞ্চলৰ স্থায়ী বাসিন্দা সকলৰ ঘৰৰ ভিতৰত পানী সোমাই বয়বস্তুৰ যথেষ্ট ক্ষতি সাধন কৰে ৷