62
ডিজিটেল ডেস্কঃ আপুনি যদি দুঃসাহসিক অভিযানৰ নাম শুনি ৰোমাঞ্চিত হৈ উঠে তেন্তে ভাল কথা। কিন্তু যদিহে আপোনাৰ এখন ৰয়েল এনফিল্ড বাইক আছে, তেন্তে ডাবল এডভাণ্টেজৰ সাজু হওক।
কিয়নো ৰয়েল এনফিল্ডে দুঃসাহসিক অভিযানৰ বাবে আগ্ৰহীসকলৰ বাবে আয়োজন কৰিছে এক ৰাইড কম্পিটিশ্যন।