Home ৰাজ্যনলবাৰীত হিন্দু জাগৰণ মঞ্চৰ চীনা সামগ্ৰীৰ বিৰুদ্ধে সজাগতা

নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ চীনা সামগ্ৰীৰ বিৰুদ্ধে সজাগতা

by News Desk
88 views
A+A-
Reset

নলবাৰীঃ নলবাৰী চহৰত মঙলবাৰে আৰু আজি চীনা সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ বাবে বিভিন্ন দোকানত গৈ নলবাৰী জিলা হিন্দু জাগৰণ মঞ্চই ব্যাপক প্ৰচাৰ চলায়।

হিন্দু জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিৰ সভাপতি বিজু দত্ত আৰু সম্পাদক মানস পাটগিৰিৰ নেতৃত্বত চীনা সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনায় আৰু সংগঠনটোৰ ফালৰ পৰা নলবাৰীৰ হীৰা আৰু কুমাৰ সকলে বনোৱা মাটিৰ চাকিৰ একোটাকৈ টোপোলা উপহাৰ দিয়ে দোকানী সকলক। এয়া সংগঠনটোৰ আদৰণীয় প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0