62
ডিজিটেল ডেস্কঃ এইবাৰ মহ নিধন কৰিবলৈ আগবাঢ়িছে গুগল আৰু মাইক্ৰছফটে৷ মহৰ দ্বাৰা হ’ব পৰা ৰোগসমুহ ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে এই দুই প্ৰতিষ্ঠান৷
অটোমেছন আৰু বেৰোটিকছ প্ৰযুক্তিৰ সহায়ৰে এই ৰোগসমুহ প্ৰতিৰোধ কৰিব গুগল আৰু মাইক্ৰছফটে৷ মহৰ নিধন কৰিবলৈ কোনো প্ৰযুক্তিৰ প্ৰতিষ্ঠান আগবাঢ়ি অহা ঘটনা এয়েই প্ৰথম৷