65
গুৱাহাটীঃ আজি কোৰোনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্তই এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে৷ এই সংবাদমেলত তেখেতে পূৰ্বতে কন্টেইমেন্ট জ’ন ঘোষণা কৰা মহানগৰীৰ তিনিটা ৱাৰ্ড ক্ৰমে ৮, ১৬ আৰু ২৮ ত কোভিড সংক্ৰমন কম হোৱাৰ পৰিপ্ৰেক্ষিতত অহাকালি ১৭ মেৰ পৰা কাৰ্যকৰি হোৱাকৈ কণ্টেইনমেণ্ট জোন প্ৰত্যাহাৰ কৰা হয়৷