114
মোৰাজাৰঃ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল এজন অসম সন্তান৷ হোজাইৰ সুসন্তান, আন্তৰ্জাতিক খ্যাতিসম্পন্ন ব্যৱসায়ী হবিব মহম্মদ চৌধুৰীলৈ আগবঢ়োৱা হৈছে ‘এছিয়ান-ইণ্ডিয়া আন্ট্ৰাপ্ৰেনিউৰ এচিভমেণ্ট এণ্ড এক্সেলেন্স’ বঁটা৷
এছিয়ান-ইণ্ডিয়া বিজনেছ কাউন্সিলৰ লাউছ শাখাৰ সভাপতি হিচাপে এছিয়ান দেশসমুহৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টাৰ বাবে তেওঁক প্ৰদান কৰা হয় এই বঁটা৷