77
ডিজিটেল ডেস্কঃ দেশৰ টেলিকম জগতত লাগিল হাহাকাৰ৷ কোটি কোটি গ্ৰাহকৰ বাবে অশনি সংকেত৷ ৰিলায়েন্স জিঅ’ৰ ৱেৱচাইট হেকৰ বাতৰিয়ে এতিয়া গ্ৰাহকসকলৰ মাজত সৃষ্টি কৰিছে হাহাকাৰৰ ৷
দেওবাৰে আবেলি বহু গ্ৰাহকে টুইটাৰত প্ৰকাশ কৰিছিল যে magicpk.com ত দেখা পাইছে তেওঁলোকৰ ব্যাক্তিগত তথ্য৷ অৱশ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত জিঅ’ই আৰম্ভ কৰিছে তদন্ত৷