39
newsnextone.com ।। হাটশিঙিমাৰীঃ হাটশিঙিমাৰীৰ পুৰাণ সুখচৰত সীমান্ত সংযোগী পথত বাইক দুৰ্ঘটনাত এজন যুৱক নিহত হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে। নিহত যুৱকজন ছামিদুল ইছলাম (১৮) বুলি চিনাক্ত কৰা হৈছে । বাইকেৰে মুখমুখি সংঘৰ্ষত আহত আন ৩ জন বাইক আৰোহী হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎধীন হৈ আছে ।