60
ছিপাঝাৰঃ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উন্নয়ণৰ বাবে ন’ ন আঁচনি ৰূপায়ণ কৰিলেও গ্ৰাম্য অঞ্চলত স্বাস্থ্য খণ্ডৰ এটা দূখ লগা ছবি দেখা যায়৷ তাৰ মাজতে উত্তেজিত লোকে ৰাজ্যৰ এখন চিকিৎসালয়ত তলা ওলোমাই দি প্ৰতিবাদ সাব্যস্ত কৰে৷
দৰং জিলাৰ সদৰ মঙলদৈৰ সমীপৰ ছিপাঝাৰৰ হাজৰিকাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মঙলবাৰে একাংশ ক্ষোভিত লোকে তলা ওলোমাি প্ৰতিবাদ জনাই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে৷