68
কাকপথাৰঃ ভাৰতীয় সেনা বাহিনীৰ কাকপথাৰ শিবিৰৰ নেতৃত্বত কাকপথাৰৰ দুটা অগ্ৰণি বেচৰকাৰী সংস্থা আৰকে ৱেলফেয়াৰ ছ’চাইটি আৰু স্বাধন এনজিঅৰ উদ্যোগত স্বাস্থ্যশিবিৰ৷
সদৌ মৰাণ ছাত্ৰ সন্থা-কাকপথাৰ আঞ্চলিক সমিতি, সদৌ অসম ছাত্ৰ সন্থা- কাকপথাৰ আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ-কাকপথাৰ আঞ্চলিক সমিতিৰ সহযোগত কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এই শিবিৰ অনুষ্ঠিত কৰা হয়৷