54
ধনশিৰিঃ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সকলো বিভাগতে এতিয়া চৰম অৰাজকতা৷ বৰ বৰ কথাৰে সাধাৰণ জনতাক মোহাচন্ন কৰি ৰখা, ৰাজ্যৰ সফল মন্ত্ৰী বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগটোৰো বৰ্তমান পঁয়ালগা অৱস্থা ৷
কেৱল গুৱাহাটী মহানগৰীত ৰং-চঙৰ কাৰ্যসূচী অনুষ্ঠিত কৰি ভেল্কিবাজি কৰাৰ সময়তে গ্ৰাম্য অঞ্চলত তেনে ৰং চঙৰ বিপৰীতে এখন ব্লেক এণ্ড হোৱাইট প্ৰতিচ্ছবি হে দেখা যায়।